Breaking

দুটাকৈ পদক জিনি দেশবাসীক গৌৰৱান্বিত কৰি ফাইনেলত চতুৰ্থ স্থানত তাৰকা শ্বুটাৰ মনু ভাকৰ…

0 19

দুটাকৈ পদক জিনি দেশবাসীক গৌৰৱান্বিত কৰি ফাইনেলত চতুৰ্থ স্থানত তাৰকা শ্বুটাৰ মনু ভাকৰ।

মহিলাৰ শ্বুটিঙৰ ২৫ মি এয়াৰ পিষ্টলৰ ফাইনেলত ৪ৰ্থ স্থানত ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰ।

ইয়াৰ পূৰ্বে অলিম্পিকত ৩ খন ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী শ্বুটাৰ হিচাপে পৰিগণিত হৈছিল মনু ভাকৰ।

Leave A Reply

Your email address will not be published.