Breaking

ইজৰাইলত হিজবুল্লাহৰ আক্ৰমণৰ পাছতেই পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য…

0 17

আক্ৰমণ-প্ৰত্যাক্ৰমণত বিধ্বস্ত মধ্যপ্ৰাচ্য। ইজৰাইলত হিজবুল্লাহৰ আক্ৰমণৰ পাছতেই পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য।

হামাচৰ শীৰ্ষ নেতা আৰু হিজবুল্লাহ কমাণ্ডাৰৰ মৃত্যুৰ পাছত ইজৰাইলত হিজবুল্লাহৰ প্ৰত্যাক্ৰমণ।

উত্তেজনাৰ মাজতে নাগৰিকক লেবানন ত্যাগ কৰিবলৈ আহ্বান আমেৰিকা যুক্তৰাষ্ট্ৰৰ।

Leave A Reply

Your email address will not be published.