Breaking

বাংলাদেশত ছাত্ৰৰ প্ৰতিবাদ! হোৱাটছএপ, ইউটিউবকে ধৰি ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা জাৰি…

0 17

ছাত্ৰ বিদ্ৰোহত ৰক্তাক্ত বাংলাদেশ। দেওবাৰৰ দিনটোত হিংসাত্মক ঘটনাত নিহত প্ৰায় ১০০ জন লোক। বাংলাদেশত থকা ভাৰতীয়সকলক ‘অধিক সাৱধানতা’ ল’বলৈ আহ্বান।

জনতাৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে বাংলাদেশ৷ শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিছে৷ বাংলাদেশত হোৱাটছএপ, ইউটিউবকে ধৰি ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা জাৰি কৰিছে৷

Leave A Reply

Your email address will not be published.