Breaking

কাছাৰৰ কালাইনৰ ব্ৰাহ্মণগ্ৰামত ডকাইতে লুটি নিলে ১১ লাখ ৭০ হাজাৰ টকা…

0 16

কাছাৰৰ কালাইনৰ ব্ৰাহ্মণগ্ৰামত ডকাইতৰ সন্ত্ৰাস। বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত ডকাইতি। বন্দুকধাৰী ডকাইতে লুটি নিলে ১১ লাখ ৭০ হাজাৰ টকা।

লগতে দুৰ্বৃত্তই নিলে কেইবা লাখ টকাৰ সোণৰ অলংকাৰো। ব্যৱসায়ী নিবেন চন্দ্ৰ ৰয়ৰ বাসগৃহত নিশা ডকাইতি।

১০-১৫জনীয়া ডকাইতৰ দলে বন্দুক দেখুৱাই কৰে লুট।

Leave A Reply

Your email address will not be published.