Breaking

বকোৰ মন্দিৰাত ষ্টেট বেংকত চোৰে লুটি নিলে ২ লাখ ৮০ হাজাৰ টকা…

0 20

বকোৰ মন্দিৰাত ষ্টেট বেংকৰ CSPত চুৰিকাণ্ড। চোৰে লুটি নিলে ২ লাখ ৮০ হাজাৰ টকা।

CSPটো বন্ধ কৰি ঘৰলৈ গৈছিল এনচি গাঁৱৰ ফজৰ আলী। তাৰেই সুযোগ লৈ চোৰে চলালে লুটপাত।

ঘটনাক লৈ ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। শীঘ্ৰে চোৰক কৰায়ত্ত কৰাৰ দাবী ৰাইজৰ।

Leave A Reply

Your email address will not be published.