মুষলধাৰ বৰষুণত বুৰিল গুৱাহাটী মহানগৰৰ ৰাজপথ… স্থানীয় বাৰ্তা By দৈনন্দিন বাৰ্তা Last updated Aug 5, 2024 0 58 Share দিনতেই অন্ধকাৰময় পৰিৱেশ গুৱাহাটীত। মুষলধাৰ বৰষুণত মহানাগৰিকৰ হাহাকাৰ। আনহাতে জিলাই জিলাই জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট। এই দৃশ্য হৈছে চানমাৰি ৰাজপথৰ। এজাক বৰষুণতে এবুকু পৰ্যন্ত বানপানী চানমাৰি পথত। ASSAM 0 58 Share