Breaking

বাংলাদেশৰ ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক৷ এছ জয়শংকৰৰ প্ৰতিনিধিত্বত অনুষ্ঠিত এই বৈঠক…

0 36

বাংলাদেশৰ ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক৷ এছ জয়শংকৰৰ প্ৰতিনিধিত্বত অনুষ্ঠিত হোৱা বৈঠকত বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা৷

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বাংলাদেশৰ পৰিস্থিতি আৰু ভাৰতৰ পৰিস্থিতিৰ তথ্য দিছে। বাংলাদেশৰ ৰাজনৈতিক সংকটৰ সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ কাৰ্তি চিদাম্বৰমে কয়, ‘বৈদেশ মন্ত্ৰীগৰাকীয়ে দলৰ সকলো নেতাক তথ্য দিয়াটো এটা ভাল পদক্ষেপ বুলি মই ভাবো। আমি এই পদক্ষেপক আদৰণি জনাইছো। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আমাৰ নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে চৰকাৰৰ লগত আছো।

Leave A Reply

Your email address will not be published.