Breaking

পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল…

0 34

ৰাজ্যত পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া। কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক গ্ৰেপ্তাৰ।

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চালককো গ্ৰেপ্তাৰ। লাট মণ্ডল ৰহিমৰাম মণ্ডল আৰু চালক ধ্ৰুৱ নাথক গ্ৰেপ্তাৰ। ১০ হাজাৰ টকা লওঁতেই গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই।

চালক ধ্ৰুৱ নাথৰ জৰিয়তে সংগ্ৰহ কৰিছিল টকাখিনি।

Leave A Reply

Your email address will not be published.