Breaking

‘মা, কুস্তি জিকি গ’ল, মই হাৰি গ’লোঁঃ ভিনেশ ফোগাট…

0 28

পেৰিছ অলিম্পিকৰ ফাইনেলত অযোগ্য ঘোষণাৰ পাছতে মল্লযোঁজৰ পৰা বিদায় ল’লে ভিনেশ ফোগাটে। সামাজিক মাধ্যমত আৱেগিক পোষ্ট ভাৰতীয় মল্লযোদ্ধাগৰাকীৰ।

‘মা, কুস্তি জিকি গ’ল, মই হাৰি গ’লোঁ। ক্ষমা কৰিব, আপোনাৰ সপোন, মোৰ সাহস সকলো ভাগি গৈছে। ইয়াতকৈ বেছি শক্তি আৰু এতিয়া মোৰ নাই। বিদায় মল্লযুঁজ ২০০১-২০২৪। আপোনালোক সকলোৰে ওচৰত মই সদায় ঋণী হৈ থাকিম’। এইদৰে সামাজিক মাধ্যমত আৱেগিক প’ষ্ট শ্বেয়াৰ কৰি মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা কৰিলে ভিনেশ ফোগাটে।

Leave A Reply

Your email address will not be published.