আজি জেভলিন ফ্ৰ’ৰ ফাইনেল খেলিব নীৰজ চোপ্ৰাই… ক্রীড়া-জগত By দৈনন্দিন বাৰ্তা Last updated Aug 8, 2024 0 22 Share পেৰিছ অলিম্পিকত আজি প্ৰথমটো স্বৰ্ণ জয়ৰ আশা ভাৰতৰ। নীৰজ চোপ্ৰা অৱতীৰ্ণ হ’ব জেভলিন থ্ৰ’ৰ ফাইনেলত। নিশা ১১.৫৫ বজাত অনুষ্ঠিত হ’ব ফাইনেল খেলখন। Neeraj Choprasports 0 22 Share