Breaking

পেৰিছ অলিম্পিকত পদক অৰ্জনৰ দৌৰৰ পৰা বাহিৰ মীৰাবাঈ চানু…

0 29

পেৰিছ অলিম্পিকত পদক অৰ্জনৰ দৌৰৰ পৰা বাহিৰ মীৰাবাঈ চানু।

১ কিলোগ্ৰামৰ বাবে পদক লাভৰ পৰা বঞ্চিত ভাৰতীয় ভাৰোত্তোলকগৰাকী।

৪৯ কিলোগ্ৰাম শাখাৰ ভাৰোত্তোলন প্ৰতিযোগিতাত চতুৰ্থ স্থান লাভ চানুৰ।

আজি অলিম্পিকত পদকৰ যুঁজত নমাৰ কথা আছিল মীৰাবাঈ চানু।

Leave A Reply

Your email address will not be published.