Breaking

আকৌ হ’ব মুষলধাৰ বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী…

0 17

ৰাজ্যত পুনৰ হ’ব মুষলধাৰ বৰষুণ। ১১ আগষ্ট পৰ্যন্ত ৰাজ্যত হ’ব মুষলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই দিলে আগজাননী। ২৬খনকৈ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে Yellow Alert।

চুবুৰীয়া ৰাজ্য মেঘালয়তো বৰষুণৰ আগজাননী, আকৌ গুৱাহাটী মহানগৰবাসী কৃত্ৰিমবানৰ কৱলত পৰাৰ সম্ভাৱনা আছে।

দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বাক্সা,গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), ওদালগুৰি, দৰং, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, গোলাঘাট, লখিমপুৰ,ধেমাজি, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড় জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েল্ল’ এলাৰ্ট।

Leave A Reply

Your email address will not be published.