Breaking

গোৱালপাৰাৰ লক্ষীপুৰত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী…

0 22

গোৱালপাৰাৰ লক্ষীপুৰত গুলীচালনাৰ ঘটনা। ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।

গুলীবিদ্ধ ডকাইত নুৰ আলম। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা।

ভৰিত আঘাতপ্ৰাপ্ত নুৰক গোৱালপাৰা অসামৰিকত চিকিৎসালয়ত ভৰ্তি।

Leave A Reply

Your email address will not be published.