Breaking

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান…

0 24

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান।

৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

২০০০ চনৰ পৰা ২০১১ চনলৈকে, একেৰাহে ১১ বছৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল ভট্টাচার্য।

Leave A Reply

Your email address will not be published.