Breaking

বিশ্ববাসীয়ে আজিও সুঁৱৰে ইতিহাসৰ সেই ভয়াৱহ দিনটো ! আজি নাগাচাকি দিৱসবিশ্ববাসীয়ে আজিও সুঁৱৰে ইতিহাসৰ সেই ভয়াৱহ দিনটো ! আজি নাগাচাকি দিৱস…

0 24

ধ্বংসস্তূপৰ পৰা ক্ৰমাৎ প্ৰাণ পাইছে উঠিছে জাপানৰ হিৰোচিমা আৰু নাগাচাকি অঞ্চল। পুনৰ একোটি ব্যস্ত চহৰলৈ পৰিণত হৈছে হিৰোচিমা আৰু নাগাচাকি। কিন্তু বিশ্ববাসীয়ে আজিও সুঁৱৰে ইতিহাসৰ সেই ভয়াৱহ দিনটো। আজিও বাজি উঠে দ্বিতীয় বিশ্বযুদ্ধৰ দামামা। সেই সময়ত শুই আছিল সমগ্র হিৰোচিমা।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান বাহিনীয়ে জাপানৰ হিৰোচিমাত নিক্ষেপ কৰিছিল পাৰমাণৱিক বোমা। হঠাৎ কপি উঠিছিল পৃথিৱী। মুহূৰ্ততে প্রাণ হেৰুৱালে ডেৰ লাখ লোকে। আজি ৭৬ বছৰ সম্পূর্ণ হ’ল সেই ভয়াৱহ দিনটোৰ। বিশ্বশান্তিৰ উদ্দেশ্যে বিশ্ববাসীয়ে পালন কৰিছে ‘হিৰোচিমা দিৱস’।

১৯৪৫ চনৰ ৬ আগষ্টত জাপানৰ হিৰোচিমাত আৰু ৯ আগষ্টত নাগাচাকি অঞ্চলত ক্রমে ‘লিটল বয়’ আৰু ‘ফেট মেন’ নামেৰে দুটাকৈ পাৰমানৱিক বোমাৰ বিস্ফোৰণ ঘটাইছিল। বিশ্বযুদ্ধত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমাৰ ব্যৱহাৰ কৰিছিল মার্কিন যুক্তৰাষ্ট্ৰই।

Leave A Reply

Your email address will not be published.