Breaking

দেশৰ স্বাধীনতা দিৱসলৈ মাজত ৬ দিন ! ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সলনি কৰিছে সামাজিক মাধ্যমৰ প্ৰফাইল ফটো…

0 23

‘ঘৰে ঘৰে ত্ৰিৰংগ’ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সলনি কৰিলে প্ৰফাইল ফটো ৷

ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সলনি কৰিছে সামাজিক মাধ্যমৰ প্ৰফাইল ফটো ৷ প্ৰতিগৰাকী নাগৰিকক এই কাৰ্যসূচীত অংশ লোৱাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ৷

দেশৰ প্ৰতিজন নাগৰিকক ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীত সহযোগিতাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

Leave A Reply

Your email address will not be published.