Breaking

চাচনি চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁ‌চনিৰ প্ৰ-পত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ তৰংগ গগৈৰ…

0 26

বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্রতিৰোধ তথা ছাত্রী সবলীকৰণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা শিক্ষা বিভাগৰ দূৰদৰ্শী চিন্তাৰে গ্ৰহণ কৰা এক সৰ্বাংগীণ পদক্ষেপ হৈছে ‘মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি’।


আজি চাচনি চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁ‌চনিৰ প্ৰ-পত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিবলৈ পাই আনন্দিত বিধান সভাৰ সদস্য তৰংগ গগৈ ।


এই আঁ‌চনিৰ সফল ৰূপায়ণে নাহৰকটীয়া সমষ্টি তথা ৰাজ্যৰ যুৱতীসকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ লগতে বাল্যবিবাহ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেওঁ এই আচঁনিয়ে ছাত্ৰীসকলক শৈক্ষিক-সামাজিক উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰিব বুলি কয় ৷

Leave A Reply

Your email address will not be published.