Breaking

আজি ৬ ঘণ্টাৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং…

0 26

আজি ৬ ঘণ্টাৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং।

দলংখনৰ জৰুৰী মেৰামতিৰ বাবে ৰে’ল বিভাগৰ নিৰ্দেশনা।

নিশা ১১ বজাৰ পৰা কাইলৈ পুৱা ৫ বজালৈ বন্ধ থাকিব যাতায়াত।

দলংখনত সৃষ্টি হোৱা গাঁত মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত।

উত্তৰ-পূব সীমান্ত ৰে’লৱে সদৰী কৰিছে এই কথা।

Leave A Reply

Your email address will not be published.