Breaking

বিয়াৰ পূৰ্বেই মূৰৰ চুলি বগা হৈছে নেকি? বগা চুলি ক’লা কেনেকৈ কৰিব…

0 45

আমাৰ সৌন্দৰ্য্যত চুলিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেইবাবেই সকলোৱে নিজৰ চুলি ক’লা আৰু ডাঠ হৈ থকাটো বিচাৰে। বিশেষকৈ কম বয়সত কোনেও নিবিচাৰে তেওঁলোকৰ চুলি পকাটো। আগৰ দিনত কেৱল বৃদ্ধ বা মধ্যবয়সীয়া লোকৰ ক্ষেত্ৰতহে এনেকুৱা হৈছিল যদিও এতিয়া বগা চুলিৰ সমস্যা প্ৰতিটো বয়সৰ মানুহৰ মাজত দেখা গৈছে।


২০ৰ পৰা ২৫ বছৰীয়া অবিবাহিত ব্যক্তিৰ মূৰত যেতিয়া বগা চুলি দেখা পোৱা যায় তেতিয়া মানুহ টেনচনত পৰে আৰু তাৰ পৰা মুক্তি পাবলৈ সকলো প্ৰচেষ্টা চলাবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে কিছুমানে ৰাসায়নিক ভিত্তিক চুলিৰ ৰং ব্যৱহাৰ কৰে যদিও ইয়াৰ ফলত চুলি ৰুক্ষ আৰু ক্ষতিগ্ৰস্ত হ’ব পাৰে।

ট্ৰেণ্ডিং এতিয়া

চুলি পকা কমাবলৈ আপুনি দৈনিক ৭ৰ পৰা ৮ ঘণ্টা ভাল টোপনি ল’ব লাগে, দৈনিক খাদ্যত সেউজীয়া শাক-পাচলি আৰু ফল-মূলৰ পৰিমাণ বৃদ্ধি কৰিব লাগে, সপ্তাহত এবাৰ উপবাসে পালন কৰিব লাগে। যদি থাইৰয়ড বা আন ৰোগ ধৰা পৰে তেন্তে ইয়াৰ চিকিৎসা কৰাব লাগে।

Leave A Reply

Your email address will not be published.