Breaking

সংগীত নাটক অকাডেমীৰ অমৃত বঁটা প্ৰাপক, সত্ৰীয়া শিল্পী তথা বৰপেটা সত্ৰৰ সেৱা কৰ্মৰ লগত জড়িত গুৰু প্ৰসাদ ওজাৰ পৰলোকপ্ৰাপ্তি…

0 22

সংগীত নাটক অকাডেমীৰ অমৃত বঁটা প্ৰাপক, সত্ৰীয়া শিল্পী, বৰপেটা সত্ৰৰ সেৱা কৰ্মৰ লগত জড়িত বৰপেটা চহৰৰ বিলৰতাৰি হাটী নিৱাসী গুৰু প্ৰসাদ ওজাৰ পৰলোকপ্ৰাপ্তি ৷

আজি ৰাতিপুৱা ১০-৩০ বজাত নিজ বাসগৃহত ৯২ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় সত্ৰীয়া শিল্পীজনৰ।বৰপেটা সত্ৰৰ লগত জড়িত ওজা বংশৰ এই শিল্পী জনৰ মৃত্যুত সমগ্ৰ বৰপেটাতে শোকৰ ছাঁ পৰিছে।

Leave A Reply

Your email address will not be published.