Breaking

নতুন দিল্লীত উৎপাদনক্ষম, জলবায়ু স্থিতিস্থাপক আৰু জৈৱ শক্তিশালী জাতৰ শস্য মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

0 20

নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

১০৯টা উচ্চ উৎপাদনক্ষম, জলবায়ু স্থিতিস্থাপক আৰু জৈৱ শক্তিশালী জাতৰ শস্য মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

কৃষক আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

Leave A Reply

Your email address will not be published.