Breaking

মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে গোচৰ…

0 39

মহেন্দ্ৰ সিং ধোনীৰ বিৰুদ্ধে গোচৰ! ধোনীৰ বিৰুদ্ধে BCCIত অভিযোগ ধোনীৰ প্ৰাক্তন ব্যৱসায়িক অংশীদাৰ ৰাজেশ কুমাৰ মৌৰ্যৰ। বিচিচিআইৰ নিয়ম ৩৯ৰ অধীনত এম এছ ধোনীৰ বিৰুদ্ধে অভিযোগ।

৩০ আগষ্টৰ ভিতৰত ধোনীক উত্তৰ দিয়াৰ নিৰ্দেশ BCCIৰ নৈতিকতা সমিতিৰ। ধোনীক ১৫ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগত ধোনীয়ে ৰাঁচী আদালতত দিয়া গোচৰৰ সৈতে জড়িত এই অভিযোগ।

Leave A Reply

Your email address will not be published.