পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ হৈ ধ্বজ্জা বাহক হিচাপে দেখা গ’ল মনু ভাকৰ আৰু পি আৰ শ্ৰীজেশক ক্রীড়া-জগত By দৈনন্দিন বাৰ্তা Last updated Aug 12, 2024 0 18 Share সামৰণি পৰিল পেৰিছ অলিম্পিক ২০২৪। বৰ্ণাঢ্য কাৰ্যসূচীৰে স্মৰণীয় হৈ পৰিল সামৰণি অনুষ্ঠানটি। ভাৰতৰ হৈ সামৰণি অনুষ্ঠানত পতাকা বাহক পিআৰ শ্ৰীজেছ। হকীৰ গ’লকীপাৰৰ লগতে মনু ভাকাৰেও পতাকা বহন কৰে। Paris Olympicssports 0 18 Share