Breaking

বিহাৰৰ জাহানাবাদত বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৩ মহিলাসহ ৭গৰাকীৰ মৃত্যু…

0 14

বিহাৰৰ জাহানাবাদত শোকাৱহ ঘটনা।

জাহানাবাদৰ মখদুমপুৰস্থিত বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৩ মহিলাসহ ৭গৰাকীৰ মৃত্যু।

আন ৩৫ গৰাকী ভক্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।

Leave A Reply

Your email address will not be published.