Breaking

আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস…

0 19

আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰামৰ্শৰ পাছত ১৯৯৯ চনৰ ১২ আগষ্টত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হৈছিল।

যুৱ দিৱসৰ মূল উদ্দেশ্য হৈছে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ আৰু মতামত গ্ৰহণ কৰি আলোচনাৰ পথ প্ৰশস্ত কৰা।

Leave A Reply

Your email address will not be published.