Breaking

ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক সাক্ষাৎ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ…

0 18

আজি অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীস্থিত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ বাসগৃহত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰে।

এই আপাহতে মুখ্যমন্ত্ৰীয়ে ৰমেন ডেকালৈ শুভেচ্ছা জ্ঞাপন কৰে।

অসমৰ পৰা ৰমেন ডেকাই ২০২৪ চনৰ ৩১ জুলাইত ছত্তীশগড়ৰ ৰাজ্যপালৰ পদ গ্ৰহণ কৰে।

কইনাধৰাৰ বৈঠক

আজিৰ বৈঠকত ৰাজ্য সভাৰ দুখন আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা হব

সেই তালিকা কেন্দ্ৰলৈ পঠিওৱা হব

লগতে উপ নিৰ্বাচন সান্দৰ্ভতো প্ৰাম্ভিক আলোচনা হব

কিন্তু প্ৰাৰ্থী চূড়ান্ত হবলৈ এতিয়াও সময় আছে

মন্ত্ৰী সভা সম্প্ৰসাৰণ

মন্ত্ৰী সভা কেতিয়া সম্প্ৰসাৰণ কৰা হব সেয়া এতিয়া নিশ্চিত নহয়

ৰাজ্যসভা আৰু উপনির্বাচনৰ বাবে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ সিদ্ধান্ত লব পৰা নাই বুলি মন্তব্য

দুয়োটা নিৰ্বাচনক লৈ হে মই ব্যস্ত আছো, সেইবাবে নিৰ্বাচনৰ আগত নে পাছত মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিম সিদ্ধান্ত লব পৰা নাই।

Leave A Reply

Your email address will not be published.