Breaking

বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ…

0 28

প্রসংগ: ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ
▶বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ
►চাকৰি নিয়মীয়াকৰণৰ নামত প্রাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছিল বিজ্ঞাপন

►ঠিকাভিত্তিক শিক্ষকৰ বেতন সুৰক্ষা সন্দৰ্ভত বিজ্ঞাপনত নাছিল স্পষ্টতা
►সময়সাপেক্ষ নিযুক্তিৰ ক্ষেত্ৰতো নাছিল নিশ্চয়তা


►ইয়াৰ বাবেই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিক্ষক সমাজ
উভয়পক্ষৰ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে এই বিজ্ঞাপনত

Leave A Reply

Your email address will not be published.