অসম আৰক্ষীৰ জালত ২০জনকৈ উগ্ৰপন্থী সংগঠনৰ সদস্য… Uncategorized By দৈনন্দিন বাৰ্তা Last updated Aug 13, 2024 0 18 Share অসম আৰক্ষীৰ বৃহৎ সাফল্য৷ আৰক্ষীৰ জালত ২০জনকৈ উগ্ৰপন্থী সংগঠনৰ সদস্য৷ ১০টাকৈ ৰাইফল, মেগজিনসহ ৩টা পিষ্টল, ৫টা হেণ্ড গ্ৰেনেড উদ্ধাৰ৷ AK-47ৰ ৫৪ জাঁই সক্ৰিয় গুলী, ৯ ৰাউণ্ড পিষ্টলৰ গুলীও উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ASSAMpolice 0 18 Share