Breaking

বিশ্ব হস্তী দিৱসৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দৰ যাদৱে প্ৰয়াত বুবুল গগৈক মৰণোত্তৰভাৱে গজ গৌৰৱ বঁটা প্ৰদান…

0 15

বিশ্ব হস্তী দিৱসৰ কালিৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দৰ যাদৱ ডাঙৰীয়াই অসমৰ প্ৰয়াত বুবুল গগৈক মৰণোত্তৰভাৱে গজ গৌৰৱ বঁটা প্ৰদান কৰে।

এই বছৰত বঁটাপ্ৰাপ্ত কৰা দেশৰ চাৰিগৰাকী ব্যক্তিৰ ভিতৰত অসম সন্তানগৰাকী অন্যতম। এয়া প্ৰকৃতাৰ্থত অসমৰ বন বিভাগত নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱা প্ৰয়াত

গগৈক বিশেষকৈ হাতী সংৰক্ষণৰ ক্ষেত্ৰত থকা ব্যতিক্ৰমী আৰু উল্লেখনীয় অৱদানক ভাৰত চৰকাৰৰ এক স্বীকৃতি৷

Leave A Reply

Your email address will not be published.