Breaking

ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰথম বিদেশ ভ্ৰমণ…

0 22

ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰথম বিদেশ ভ্ৰমণ।

১৬-২৪ আগষ্টলৈ লেটিন আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ মুঠ ৫খন দেশ ভ্ৰমণ কৰিব মাৰ্ঘেৰিটাই।

ড’মিনিকান ৰিপাব্লিক, গুৱাটেমালা, এল চালভাড’ৰ, পানামা, ট্ৰিনিডাড এণ্ড টবাগ’ ভ্ৰমণ কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই।

Leave A Reply

Your email address will not be published.