Breaking

সাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰা আলফা’ স্বাধীনৰ কাৰ্যক জাফা’ৰ গৰিহণা

0 28

ৰাজ্যজুৰি বোমাতংক, সাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰা আলফা’ স্বাধীনৰ কাৰ্যক জাফা’ৰ গৰিহণাৰাজ্যৰ শান্তি -সম্প্ৰীতি,আইন -শৃংখলা বিনষ্ট কৰিব বিচৰা অপ:শক্তিক কঠোৰ হাতেৰে দমন কৰাৰ দাবী জাফা’ৰ।
আনহাতে আজিৰ এই ঘটনাই তথাকথিত স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপটো নগ্ন ৰূপত উদঙাই দিলে বুলিও জাফা’ৰ মত প্ৰকাশ ।

সভাপতি অভিদ্বীপ চৌধুৰী কাৰ্যকৰী সভাপতি পংকজ ডেকা মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক প্ৰেছ বাৰ্তাত প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.