Breaking

এয়া ডাঙৰ অপৰাধঃ কলকাতাৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ মন্তব্য, ১৭ আগষ্টত দেশজুৰি চিকিৎসকে ৰূপায়ণ কৰিব ধৰ্মঘট…

0 36

কলকাতাৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যা কাণ্ডৰ সন্দৰ্ভত কলকাতাৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে মন্তব্য কৰি কয় যে এয়া ডাঙৰ অপৰাধ, দোষীক ফাঁচি দিব লাগে।

অহা ১৭ আগষ্টত দেশজুৰি চিকিৎসকে ৰূপায়ণ কৰিব ধৰ্মঘট কাৰ্যসূচী৷ IMAয়ে ঘোষণা কৰে এই কথা৷ উল্লেখ্য যে, চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ বৰ্তমানেও উত্তাল হৈ আছে পশ্চিমবংগ৷ দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী চিকিৎসকসকলৰ৷

Leave A Reply

Your email address will not be published.