Breaking

কাৰ্বি আংলঙৰ লেফটেনেণ্ট ৱেলকম টেৰনৰ দেহাৱসান…

0 46

কাৰ্বি আংলঙৰ লেফটেনেণ্ট ৱেলকম টেৰনৰ শেষ নিঃশ্বাস ত্যাগ।

ৱেলকম টেৰন এগৰাকী বিশিষ্ট সমাজকৰ্মী আছিল।

কাৰ্বি ভাষাৰ বিকাশত তেওঁৰ অৱদানৰ বাবে আৰু কাৰ্বি এমআইএললৈ তেওঁৰ অৱদানৰ অশেষ।

তেওঁৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলজুৰি।

তেওঁ উম্পানাই উচ্চ বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

Leave A Reply

Your email address will not be published.