Breaking

১৭ আগষ্টত দেশজুৰি চিকিৎসকে ৰূপায়ণ কৰিব ধৰ্মঘট কাৰ্যসূচী…

0 21

প্ৰসংগ : কলকাতাৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যা৷ অহা ১৭ আগষ্টত দেশজুৰি চিকিৎসকে ৰূপায়ণ কৰিব ধৰ্মঘট কাৰ্যসূচী৷

IMAয়ে ঘোষণা কৰে এই কথা৷ উল্লেখ্য যে, চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ বৰ্তমানেও উত্তাল হৈ আছে পশ্চিমবংগ৷

দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী চিকিৎসকসকলৰ৷

Leave A Reply

Your email address will not be published.