Breaking

টাইম স্কুৱেৰত প্ৰৱাসী ভাৰতীয় সংস্থাসমূহৰ উমৈহতীয়া মঞ্চই আয়োজন কৰা স্বাধীনতা দিৱস অতিথিৰূপে উপস্থিত থাকে মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা…

0 13

ভাৰতবৰ্ষৰ ৭৮তম স্বাধীনতা দিৱস উপলক্ষে প্ৰৱাসী ভাৰতীয় সংস্থাসমূহৰ উমৈহতীয়া মঞ্চই আমেৰিকা যুক্তৰাষ্ট্ৰৰ “টাইম স্কুৱেৰ”ত আয়োজন কৰা অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই।

Leave A Reply

Your email address will not be published.