Breaking

গুৱাহাটীৰ পানীখাইতিত প্ৰাতঃভ্ৰমণলৈ অহা মহিলাক খুন্দা তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ…

0 26

গুৱাহাটীৰ পানীখাইতিত পথ দুৰ্ঘটনা। প্ৰাতঃভ্ৰমণলৈ অহা মহিলাক খুন্দা তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ।

দুৰ্ঘটনাত আহত মহিলাগৰাকীক GMCHত ভৰ্তি। চন্দ্ৰপুৰ দিশৰ পৰা গুৱাহাটী অভিমুখী আছিল ভানখন।

পথত এচাম ব্যৱসায়ীয়ে বালি মজুত কৰি ৰখাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

Leave A Reply

Your email address will not be published.