Breaking

পশ্চিম বংগত দুষ্কৃতিকাৰীয়ে মহিলা চিকিৎসকক মৃত্যুৰ মুখ লৈ ঠেলি দিয়াক লৈ মহিলা মৰ্চাৰ মৌন সমদল…

0 24

পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ-হত্যাক লৈ দেশজুৰি ক্ষোভ । পশ্চিম বংগত দুষ্কৃতি কাৰীয়ে মহিলা চিকিৎসকক নিজৰ কৰ্তব্য অৱস্থাত ধৰ্ষণ কৰি মৃত্যুৰ মূখ লৈ ঠেলি দিয়াক লৈ মহিলা মৰ্চাৰ মৌন সমদল।

উল্লেখ্য যে পশ্চিম বংগত নাৰী ধৰ্ষণ বন্ধ কৰক, নাৰীক সুৰক্ষা দিয়ক,ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদান কৰক বুলি দাৱী তুলি আজি এই মৌন সমদল কাৰ্যসূচী পালন কৰে।


আজি দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি ।ভাৰতীয় চিকিৎসা সংস্থাৰ আহ্বানত ২৪ ঘণ্টীয়া কৰ্মবিৰতি ।

Leave A Reply

Your email address will not be published.