Breaking

জাপানীজ এনকেফেলাইটিছ’ত আক্ৰান্ত হৈ অৱশেষত জীৱন যুঁজত হাৰ মানিলে সপ্তম শ্ৰেণীৰ ছাত্ৰী মৌচুমী বৰুৱাই…

0 31

চাপৰৰ বহলপুৰত কিছুদিন পূৰ্বে জাপানীজ এনকেফেলাইটিছ’ত আক্ৰান্ত হৈছিল দুজন লোক।

ইয়াৰে এজনী সপ্তমান শ্ৰেণীৰ ছাত্ৰী মৌচুমী বৰুৱা।

ছাত্ৰী গৰাকী GMCH ত চিকিৎসাধীন অৱস্থাত আছিল যদিও জীৱন যুঁজত হাৰ মানি অৱশেষত শনিবাৰ দিনা শেষ নিশ্বাস ত্যাগ কৰে।

ছাত্ৰী গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলোৱাৰ লগতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.