Breaking

দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা ! টিপলিঙত বাহনৰ ভিতৰত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ…

0 23

দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা। বাহনৰ ভিতৰত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ। WB06-B-0909 নম্বৰৰ এখন বাহনৰ ভিতৰত উদ্ধাৰ মৃতদেহটো।

৫ দিনে পথৰ ওপৰত ৰহস্যজনক অৱস্থাত ৰখাই থোৱা আছিল বাহনখন। টিপলিঙত পথৰ দাঁতিত ৰখাই থোৱা আছিল বাহনখন।

ইতিমধ্যে বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ NCCৰ টুপি, পোছাকো। লগতে কেতবোৰ সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.