Breaking

সলনি হ’ব শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা মাৰোৱাৰী পট্টিৰ নাম…

0 55

সলনি হ’ব শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা মাৰোৱাৰী পট্টিৰ নাম। অঞ্চলটোৰ নাম অসমৰ বৰেণ্য ব্যক্তিৰ নামেৰে ৰখাৰ দাবী।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে অঞ্চলটোৰ নাম ৰখাৰ দাবী একাংশৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাসক আক্ৰমণৰ প্ৰতিবাদত এই দাবী।

শিৱসাগৰত ৩০টাকৈ দল-সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী।

Leave A Reply

Your email address will not be published.