Breaking

ভূমিহীন পৰিয়ালক ভূমি প্ৰদানৰ দাবীত ৰাজহ চক্ৰ বিষয়া কাৰ্যৰ্যালয়ত ২ অৱস্থান ধৰ্মঘট কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

0 22

ধুবুৰী জীলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ফলিমাৰী ধীৰবিল Revenue Village ত প্ৰায় ৪০-৫০ বছৰ ধৰী বহু ভূমিহীন পৰিয়ালে বাস কৰা ভূমিহীন পৰিয়ালক মাটি আবন্টন নিদি ধীৰবিল ৩৮ নং দাগত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীয়ে

নিজৰ ঘনিষ্ঠৰ জৰিয়তে Champabati Milk Production Co.operative society নামৰ এটা society বনাই ১১২ বিঘা মাটি আবন্টন আৰু Gautam Construction Companyৰ নামত জমদুৱাৰ ৪১৩ নং দাগত ৬ বিঘা মাটি আবন্টন দিয়াৰ বিৰোধীতাৰে আজি ধুবুৰী জীলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন

লগতে বছৰ বছৰ ধৰি বসবাস কৰা ভূমিহীন পৰিয়ালক ভূমি প্ৰদানৰ দাবী উত্থাপন কৰে ।।

Leave A Reply

Your email address will not be published.