পুনৰ কৃত্ৰিম বান গুৱাহাটী মহানগৰীত… দুৰ্যোগ By দৈনন্দিন বাৰ্তা Last updated Aug 20, 2024 0 26 Share নিশাৰে পৰা গুৱাহাটীত নেৰানেপেৰা বৰষুণ৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত কৃত্ৰিম বান ৷ ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা৷ flood in assam 0 26 Share