Breaking

অটোৰ ভিতৰতে অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ শ্লীলতাহানিৰ অপচেষ্টা ! আটক অটো চালক বদৰুজামান ফাৰুকৰ…

0 31

কলকাতাৰ অনুৰূপ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এগৰাকী ছাত্ৰী।

অটোৰ ভিতৰতে অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ শ্লীলতাহানিৰ অপচেষ্টা।

আটক অটো চালক বদৰুজামান ফাৰুকক। সম্প্ৰতি অসম বিশ্ববিদ্যালয়ৰ থানাত আছে লম্পট চালকজন।

Leave A Reply

Your email address will not be published.