Breaking

আজি ৰাজ্যসভাৰ মনোনয়ন দাখিল কৰিব বিজেপিৰ দুই প্ৰাৰ্থী মিছন ৰঞ্জন দাস, ৰামেশ্বৰ তেলী…

0 29

আজি ৰাজ্যসভাৰ মনোনয়ন দাখিল কৰিব বিজেপিৰ দুই প্ৰাৰ্থীয়ে। মিছন ৰঞ্জন দাস, ৰামেশ্বৰ তেলীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ।

পুৱা ১১ বজাত মনোনয়ন পত্ৰ দাখিল কৰিব দুই প্ৰাৰ্থীয়ে। মনোনয়ন পত্ৰ দাখিল পৰ্বত দুয়োগৰাকীক সংগ দিব ভৱেশ কলিতাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দুই প্ৰাৰ্থীক সংগ দিয়াৰ সম্ভাৱনা।

Leave A Reply

Your email address will not be published.