DIAS India গুৱাহাটী কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ সৈতে অসম বিধানসভাৰ অধ্য়ক্ষ বিশ্বজিৎ দৈমাৰী… অসমশিক্ষা By দৈনন্দিন বাৰ্তা Last updated Aug 23, 2024 0 136 Share DIAS India গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱাৰ নেতৃত্বত অসমৰ বিভিন্ন অঞ্চলৰ ভাৰতীয় প্ৰশাসনিক পৰীক্ষা প্ৰস্তুুতি চলাই থকা ৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অসম বিধানসভাৰ অধ্য়ক্ষ বিশ্বজিৎ দৈমাৰীৰ সৈতে মত বিনিময় কৰা পিছত । biswajit daimaryEDUCATIONiasstudents 0 136 Share