Breaking

তেজপুৰত অপৰাধীলৈ আৰক্ষীৰ গুলী ! যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা মিৰাজ আলী গুলীবিদ্ধ…

0 59

যুৱতীক ধৰ্ষণৰ চেষ্টা চলোৱা মিৰাজ আলীক এনকাউণ্টাৰ।

তেজপুৰত আৰক্ষীৰ গুলীত আহত অভিযুক্ত মিৰাজ আলী। আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰাৰ অভিযোগ।

সান্ধ্য ভ্ৰমণলৈ যোৱা যুৱতীৰ সৰ্বনাশ কৰাৰ চেষ্টা কৰিছিল মিৰাজে।

Leave A Reply

Your email address will not be published.