Breaking

তিতাবৰৰ দেওঘৰীয়াত জঘন্য ঘটনা ! বোৱাৰীয়েকক অপকৰ্ম কৰি আৰক্ষীৰ জালত শহুৰ যাদৱ বৰা…

0 31

তিতাবৰৰ দেওঘৰীয়াত জঘন্য ঘটনা । ঘটনাৰ সংঘটিত কৰি পলায়ন কৰিছিল অভিযুক্ত যাদৱ বৰাই ।

বোৱাৰীয়েকক ধৰ্ষণ কৰি আৰক্ষীৰ জালত শহুৰেক।

বোৱাৰীয়েকৰ সৰ্বনাশ কৰি পলাই ফুৰা যাদৱ বৰাক ৰাইজে কৰায়ত্ত কৰি গতাই দিলে তিতাবৰ আৰক্ষীক।

Leave A Reply

Your email address will not be published.