Breaking

গোৱালপাৰাত দুটাকৈ জঘন্য ঘটনা ! দুই কিশোৰীক কু-কৰ্ম ৭৫ বছৰীয়া সুশীল নাথ, ৫৫ বছৰীয়া চিত্ৰ ৰায়ৰ…

0 21

গোৱালপাৰাত দুটাকৈ জঘন্য ঘটনা। দুই কিশোৰীক যৌন নিৰ্যাতন দুই পাষণ্ডৰ।

৭৫ বছৰীয়া সুশীল নাথ, ৫৫ বছৰীয়া চিত্ৰ ৰায়ৰ কু-কৰ্ম।

ঘটনাৰ পাছতে সুশীল নাথক গ্ৰেপ্তাৰ আৰক্ষীৰ। বৰ্তমানো গ্ৰেপ্তাৰ কৰিব পৰা নাই চিত্ৰ ৰায়ক।

Leave A Reply

Your email address will not be published.