Breaking

চৰকাৰে ব্যৰ্থতা ঢাকিবলৈ প্ৰত্যেক ক্ষেত্ৰতে ৰাজনীতি কৰিব বিচাৰিছে : গৌৰৱ গগৈ…

0 15

আমাৰ সংবিধানত সকলোৰে মুকলিকৈ কথা কোৱাৰ অধিকাৰ আছে। সেই অধিকাৰৰ ওপৰত চৰকাৰে বাধা দিব বিচাৰিছে।

চৰকাৰে ব্যৰ্থতা ঢাকিবলৈ প্ৰত্যেক ক্ষেত্ৰতে ৰাজনীতি কৰিব বিচাৰিছে’।

জাতীয় সংগঠনৰ নেতাক বণ্ডত স্বাক্ষৰ কৰা সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া।

Leave A Reply

Your email address will not be published.