Breaking

মৰাণ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ বিশাল বৰাক নৃশংস হত্যা…

0 37

মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ বিশাল বৰাক নৃশংস হত্যা।

মৰাণ চাহ বাগিচাত উদ্ধাৰ ছাত্ৰজনৰ ক্ষত-বিক্ষত মৃতদেহ। মৰাণ মহাহিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ আছিল বিশাল।

হত্যাকাণ্ডত জড়িতৰ সন্দেহত ডিমৌৰ উদয়পুৰৰ দুজন যুৱকক আটক।

Leave A Reply

Your email address will not be published.